chromachromatography

chromatin network (English) [ IPA: ˈkroʊmətən ˈnetˌwərk ASM: ক্ৰ’মাটিন নেটৱৰ্ক]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-11
1. Biology(Material Noun-Neuter) the diffuse intermeshed granular threads that represent the chromosomes in the resting nucleus ক্ৰমেটিনেৰে তৈয়াৰী পাক-খোৱা সূতাৰে গঠিত এক জালিকা সদৃশ গঠন, যি কোষকেন্দ্ৰৰ জিৰণিৰ অৱস্থাত ক্ৰমজ’মক প্ৰতিনিধিত্ব কৰে ৷